ৰাজনৈতিক

আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ৩য় পৰ্যায়ৰ ভোট গ্ৰহণ, ৬২৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য জনতাৰ হাতত

২.১৪ কোটি ভোটদাতাই নিৰ্ণয় কৰিব ১৩০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

◾ আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ৩য় পৰ্যায়ৰ ভোট গ্ৰহণ

◾ ১৬ জিলাক সামৰি ৫৯ সমষ্টিৰ বাবে অনুষ্ঠিত ভোট গ্ৰহণ

◾২.১৫ কোটি ভোট দাতাই নিৰ্ণয় কৰিব ৬২৭ প্ৰাৰ্থীৰ ভাগ্য

◾ ২০১৭ৰ নিৰ্বাচনত ৫৯ সমষ্টিৰ ৪৯ আসনতে জয়ী হৈছিল বিজেপি

◾’১৭ ৰ নিৰ্বাচনত ৫৯ সমষ্টিৰ ৩৫ সমষ্টিত ২য় স্থানত আছিল সমাজবাদী পাৰ্টী

◾ আনহাতে পঞ্জাৱ বিধান সভাৰ ১১৭ আসনৰ বাবে অনুষ্ঠিত ভোট গ্ৰহণ

◾এটা পৰ্যায়তে অনুষ্ঠিত হৈছে পঞ্জাৱ বিধান সভাৰ নিৰ্বাচন

◾২.১৪ কোটি ভোটদাতাই নিৰ্ণয় কৰিব ১৩০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 5 =

Back to top button