আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

ৰাছিয়াৰ সৈতে যুঁজিবলৈ ওলোৱা সেনাক চেল্যুটেৰে বিদায় দুই কণমানিৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল এখন ফটো…

ৰাছিয়াৰ সৈন্যৰ সৈতে যুঁজ দিবলৈ ওলাই যোৱা ইউক্ৰেইনৰ সৈন্যক বিদায় জনাইছে দুই ইউক্ৰেইনিয়ান কণমানিয়ে

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন বিশেষ ফটো। হাতত ধৰা ধৰিকৈ ৰাজপথত থিয় হৈছে দুটি শিশু। ছোৱালীজনীৰ হাতত ওলমি আছে এটা পুতলা আৰু শিশুটিৰ পিঠিত ওলমি আছে এটা বন্দুক।

ৰাছিয়ান সৈন্যই দিশহাৰা কৰা ইউক্ৰেইনৰ দৃশ্য এয়া। ৰাছিয়াৰ সৈন্যৰ সৈতে যুঁজ দিবলৈ ওলাই যোৱা ইউক্ৰেইনৰ সৈন্যক বিদায় জনাইছে দুই ইউক্ৰেইনিয়ান কণমানিয়ে। হৃদয়ত কঁপনি তোলা এই ফটোখনে প্ৰকাশ কৰিছে মৰম-ভালপোৱা, দায়িত্ব আৰু ধ্বংসৰ দৃশ্য। চেল্যুট জনাই শিশু দুটিয়ে যুদ্ধৰ বাবে যোৱা ইউক্ৰেইনৰ সৈন্যসকলক সন্মানেৰে বিদায় জনাইছে। এই ফটোৱে সকলোৰে হৃদয়ত তুলিছে খলকনি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.