AssamCity newsInternationalnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

G-7 শীৰ্ষ সন্মিলনৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী……

ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। G-7 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অপুলিয়াৰ ব্ৰীণ্ডিচি বিমান বন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হয়। একাধিক দেশৰ নেতাৰে G-7 সন্মিলনত সুকীয়াকৈ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিসহ কেইবাজনো ৰাষ্ট্ৰপ্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃথক বৈঠক হোৱাৰ সম্ভাৱনা। বিশ্ব নেতৃত্বৰ সৈতে গোলকীয় সমস্যা লৈ আলোচনা কৰিবলৈ উৎসুক বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

 

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.