Covid-19আন্তঃৰাষ্ট্ৰীয়খেলবিশ্ব

টকিঅ’ অলিম্পিকত ২১টা নতুন কোভিড-১৯ৰ ঘটনাৰ

বৰ্তমানলে মুঠ টকিঅ' অলিম্পিকত সংক্ৰমণৰ ঘটনা ২৪১ টা হৈছে

টকিঅ’ অলিম্পিক আয়োজক সমিতিয়ে শনিবাৰে ২১টা নতুন কোভিড-১৯ৰ ঘটনাৰ প্ৰতিবেদন দিছে। জাপানৰ ১৬ জন আৰু বিদেশৰ পৰা অহা ৫ জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।  অৱশ্যে তাৰ ভিতৰত কোনো খেলুৱৈ নাছিল বুলি জানিব পৰা হৈছে।

১৯ টা নতুন কোভিড পজিটিভ ঘটনাৰ সৈতে বৰ্তমানলে টকিঅ’ত মুঠ সংক্ৰমণৰ ঘটনা ২৪১ টা হৈছেগৈ।  সমিতিয়ে কয় যে তেওঁলোকৰ কোনেও অলিম্পিক গাঁৱত থকা নাছিল।

উল্লেখ্য যে, বৃহস্পতিবাৰলৈকে বিদেশৰ পৰা ৪০,৫৫৮ জন লোক খেলত অংশগ্ৰহণ কৰিবলৈ জাপানত উপস্থিত হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.