আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিৰাজনৈতিক

ইউক্ৰেইন- ৰাছিয়াৰ সংঘাটৰ আজি পঞ্চম দিন, কি ৰূপ লৈছে যুদ্ধই?

মিছাইলেৰে ইউক্ৰেইনৰ কেইবাখনো চহৰ ধ্বংস

◾ পঞ্চমদিনাও ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ তীব্ৰ আক্ৰমণ

◾ মিছাইলেৰে ইউক্ৰেইনৰ কেইবাখনো চহৰ ধ্বংস

◾ৰাছিয়াৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ ইউক্ৰেইন সেনাৰ

◾ কিৱ, খাৰকিভ দখলত ব্যৰ্থ পুটিনৰ সামৰিক বাহিনী

◾ ৰাজধানী কিৱক চাৰিওদিশৰ পৰা ঘেৰি ছেৰাছিয়ান সেনাই

◾ ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিকে

◾ ইউক্ৰেইনৰ ১৪টি শিশুসহ প্ৰাণ হেৰুৱাইছে ৩ শতাধিকে

◾ৰাছিয়াৰ সহস্ৰাধিক সেনা নিহতৰ দাবী ইউক্ৰেইনৰ

◾ পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ হুংকাৰ ৰাছিয়াৰ

◾আলোচনাৰ মাজতে পুটিনে দিছে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ হুংকাৰ

◾ ৰাছিয়াৰ ওপৰত বিভিন্ন দেশৰ প্ৰতিবন্ধকতা

◾ ইউৰোপৰ কোনো দেশৰ আকাশমাৰ্গেৰে উৰিব নোৱাৰিব ৰুছ বিমান

◾ ইউৰোপিয়ান ইউনিয়নে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিব মাৰণাস্ত্ৰ

◾ ৰাছিয়াৰ সংবাদ মাধ্যমক নিষিদ্ধ কৰিলে ইউৰোপিয়ান ইউনিয়নে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + nine =

Back to top button