Assamleatest updatenationalSports

ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ জয়যাত্ৰা; ল’নবলত অসমৰ তিনিটা পদক নিশ্চিত

তিনিটা শাখাৰ ছেমিফাইনেলত অসমৰ খেলুৱৈ

ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ জয়যাত্ৰা

ল’নবলত অসমৰ তিনিটা পদক নিশ্চিত

তিনিটা শাখাৰ ছেমিফাইনেলত অসমৰ খেলুৱৈ

তাৰকা খেলুৱৈ নয়নমণি শইকীয়া ছেমিফাইনেললৈ

মহিলাৰ ফ’ৰচ দলত তানিয়া চৌধুৰী, বনগীতা হাজৰিকা

অনন্যা শইকীয়া আৰু অবিনীতা কাকতি

ছেমিফাইনেললৈ পুৰুষৰ অসম দল

দলটোত আছে বিশ্বজিৎ খাউণ্ড, দীপাংকৰ শৰ্মা, পুতুল সোণোৱাল

বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত আৰতি দলে, কাম্পী বড়ো

৫৪-৫৭ কেজিত আৰতীয়ে হৰুৱায় ঝাৰখণ্ডৰ স্নেহাক

কাম্পীয়ে ৪৮-৫০ কেজিত হৰুৱায় এল কে আবিনায়াক

আৰ্চাৰীতো অসমৰ সুন্দৰ প্ৰদৰ্শন

ৰিকাৰ্ভৰ ইণ্ডিভিজুৱেলত মুকেশ বড়ো ফাইনেললৈ

আৰ্চাৰীৰ ৬টা শাখাত ফাইনেললৈ অৱতীৰ্ণ অসমৰ খেলুৱৈ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.