ElectionHimanta Biswa SarmaInternationalInternationalleatest updatenationalPMo indiapoliticalআন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা মনোনয়ন দাখিল প্ৰধানমন্ত্ৰীৰ

বিশেষ ক্ষণত মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা মনোনয়ন দাখিল প্ৰধানমন্ত্ৰীৰ

বাৰাণসী সংসদীয় সমষ্টিৰ কাৰণে দাখিল মনোনয়ন

কাশীৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল মনোনয়ন

উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, ১২ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মনোনয়ন দাখিলৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ পূজা-অৰ্চনা

প্ৰস্তাৱক হিচাপে উপস্থিত বিশিষ্ট জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী

মোদীৰ মনোনয়ন দাখিলৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাত সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথসহ কেন্দ্ৰীয় মন্ত্ৰী আৰু এনডিএৰ আন বহু নেতা উপস্থিত থাকে। এই তালিকাত দেশৰ ২৫ গৰাকীকৈ ডাঙৰ নেতাৰ নাম অন্তৰ্ভুক্ত। মনোনয়নৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়েও ছচিয়েল মিডিয়া হেণ্ডেলত বাৰাণসীৰ ৰোড শ্ব’ক লৈ লিখিছে, ‘কাশীৰ মোৰ পৰিয়ালবৰ্গই ৰোড শ্ব’ত যি স্নেহ আৰু আশীৰ্বাদ দিলে, সেয়া মোৰ জীৱনৰ অবিস্মৰণীয় ক্ষণ।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.