Assamleatest updatenational

দিল্লী দৰভাংগা এক্সপ্ৰেছ ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

কাণপুৰ-দিল্লী পথত সংঘটিত এই ঘটনা

দিল্লী দৰভাংগা এক্সপ্ৰেছ ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

বুধবাৰে সন্ধিয়া চলন্ত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা

অগ্নিকাণ্ডৰ ঘটনাত দুজনকৈ যাত্ৰী অগ্নিদগ্ধ

কাণপুৰ-দিল্লী পথৰ মাজত সংঘটিত এই ঘটনা

ৰে’লখনৰ S-1 দবা অগ্নিকাণ্ডত বিধ্বস্ত

প্ৰাণৰ মমতাত চলন্ত ৰে’লৰ পৰা জপিয়ালে বহু যাত্ৰীয়ে

সন্ধিয়া ৬ বজাত সংঘটিত হৈছে এই ঘটনা

ষট পূজা উপলক্ষে ভিৰ হৈছিল যাত্ৰীবাহী ৰে’লখনত

অগ্নিকাণ্ডৰ ঘটনাৰ বাবে ১৬খন ৰে’লৰ যাত্ৰা স্থগিত

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.