Assamassam policeCrimeleatest update

ফাদিল খানাপাৰাৰ অঞ্জন হত্যাৰ ব্লুপ্ৰিণ্ট, কেনকৈ হত্যা কৰা হৈছিল অঞ্জন নাথ।

পত্নীৰ মাতৃ-পৰকীয়া প্ৰেমিকে ৰচিছিল ষড়যন্ত্ৰ

আৰক্ষীৰ তদন্তত ফাদিল খানাপাৰাৰ অঞ্জন হত্যাৰ ব্লুপ্ৰিণ্ট
পত্নীৰ মাতৃ-পৰকীয়া প্ৰেমিকে ৰচিছিল ষড়যন্ত্ৰ
পত্নী গীতাশ্ৰীৰ পৰা অঞ্জনক পৃথক কৰাৰ চেষ্টা মাতৃৰ
গীতাশ্ৰীৰ মাতৃৰ CDRত এটা বিশেষ ফোন নম্বৰ উদ্ধাৰ আৰক্ষীৰ
বিশেষ ফোন নম্বৰটো অভিযুক্ত সৌৰভ গোৱেংকাৰ
তাৰ পিছতেই আৰক্ষীৰ তদন্তই ল’লে নতুন গতি
পৰীক্ষা কৰা হ’ল হত্যাৰ বলি অঞ্জনৰ CDRও
তাতো ওলাল আন এটা বিশেষ ফোন নম্বৰ
এই ফোন নম্বৰটো সৌৰভ গোৱেংকাৰ বন্ধুৰ
অঞ্জনে ব্লক কৰি ৰাখিছিল এই নম্বৰটো
এই সূত্ৰৰ তদন্ততে পৰিষ্কাৰ হ’ল সমগ্ৰ ঘটনা
জানুৱাৰীৰ পৰা গীতাশ্ৰী-সৌৰভৰ চলিছিল পৰকীয়া প্ৰেম
গীতাশ্ৰীৰ বিউটী পাৰ্লাৰত দুয়োৰে চিনাকি
ঘনিষ্ঠতা বৃদ্ধিয়ে ৰূপ ল’লে প্ৰেমৰ
এই অবৈধ সম্পৰ্কক লৈ অঞ্জন-গীতাশ্ৰীৰ সংঘাত
বহু সময়ত শাৰীৰিক অত্যাচাৰৰ বলি হৈছিল গীতাশ্ৰী
গীতাশ্ৰীক অঞ্জনৰ পৰা আঁতৰোৱাৰ বাবেই মাতৃৰ ষড়যন্ত্ৰ
সৌৰভ গোৱেংকাৰে মিলি ৰছে ২ তৰপীয়া পৰিকল্পনা
ষড়যন্ত্ৰত সহযোগী হয় অৰবিন্দ ৰয় আৰু গোবিন কুমাৰ
প্ৰথম পৰ্যায়ত লৈছিল বেজৰ সহায়
ফলৱতী নোহোৱাত ল’লে অঞ্জনক হত্যাৰ পৰিকল্পনা
এই অনুসৰিয়েই বিহাৰৰ পৰা ক্ৰয় কৰি আনিছিল পিষ্টল
পিষ্টলটো ক্ৰয় কৰিছিল অৰবিন্দ, সৌৰভে
হত্যাকাণ্ডত ব্যৱহাৰ সৌৰভৰ বন্ধু মনিষ শৰ্মাৰ বাইক
গীতাশ্ৰীৰ পিতৃ আৰু ভগ্নীয়ে জানিছিল সমগ্ৰ পৰিকল্পনা
হত্যাৰ পিছতে ৮.১৩ বজাত সৌৰভ উপস্থিত হয় গণেশগুৰিত
৮.২৫ বজাত আঠগাঁও ছাবিপুল পায় সৌৰভে
ভিন্ন স্থানত পেলাই দিছিল ম’বাইল, ছীমকাৰ্ড, পিষ্টল
হত্যাৰ বিষয়ে জ্ঞাত আছিল সৌৰভৰ কৰ্মচাৰী বিষ্ণু দাস
বিশ্বষ্ট বিষ্ণুক সকলো জনাইছিল সৌৰভে নিজেই
আৰক্ষীৰ জেৰাত ৰাজসাক্ষী হোৱাৰ সৈমান বিষ্ণুৰ
ঘটনাৰ পুৱা অঞ্জন গৈছিল ছয়গাঁৱলৈ
ছয়গাঁৱৰ পৰা ওভতাৰ তথ্য দিছিল গীতাশ্ৰীয়ে
একে সময়তে সৌৰভ-অঞ্জনৰ লগত ফোনত আছিল গীতাশ্ৰী
দুটা ফোনেৰে কথা পাতিছিল অঞ্জন আৰু সৌৰভৰ লগত
গীতাশ্ৰীৰ পৰিয়ালৰ বিৰুদ্ধেই এজাহাৰ দিছিল অঞ্জনৰ ককায়েকে
অঞ্জনৰ পৰিয়ালৰ সন্দেহ বাস্তৱত পৰিণত হ’ল

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − two =

Back to top button