শ্ৰেণীবিহীন

ওড়িষাৰ ৰে’ল দুৰ্ঘটনাৰ চিবিআইৰ তদন্ত…

ৰেল দুৰ্ঘটনাৰ সমগ্ৰ তদন্তৰ দায়িত্ব চি বি আই হাতত অৰ্পণ কেন্দ্ৰীয় চৰকাৰৰ।

ওড়িষাৰ বালাচোৰত সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ চিবিআইৰ হাতত অৰ্পণ কেন্দ্ৰীয় চৰকাৰৰ। দেওবাৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে যে ৰেলৱে সুৰক্ষা ব’ৰ্ডে প্ৰাৰম্ভিক তদন্ত চলাইছিল যদিও চি বি আইৰ তদন্ত পোষকতা কৰে।

ৰে’লৱে সুৰক্ষা বৰ্ডৰ পোষকতাৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে বালাচোৰত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ সমগ্ৰ তদন্তৰ দায়িত্ব চি বি আই হাতত অৰ্পণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.