অপৰাধভাৰত

বন্ধুৰ প্ৰেমিকাৰ লগত বন্ধুত্ব কৰাই কাল হ’ল যুৱকৰ

দিপাৱলীৰ নিশা তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত ঘৰলৈ আহি সকলো কথা বিৱৰি কৈ হস্পাতাল পোৱাৰ পূৰ্বে মৃত্যুমুখত পৰে যুৱকজন

বন্ধুৰ প্ৰেমিকাৰ লগত বন্ধুত্ব কৰাই কাল হ’ল যুৱকৰ।
ৰাজস্থানৰ পচেৰী থানাৰ অন্তৰ্গত এটা অঞ্চলত প্ৰদীপ নামৰ এজন যুবকৰ প্ৰেমিকাই ৰোহিতৰ লগত বন্ধুত্ব কৰিছিল যাৰ বাবে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। ইয়াৰ পিছতেই প্ৰদীপে অন্য যুৱকৰ সৈতে লগ লাগি ৰোহিতক চুৰিকাঘাত কৰি হত্যা কৰে।
অভিযুক্ত দুজন যুবকে হত্যাৰ কথা স্বীকাৰ কৰিছে যদিও মূল অভিযুক্ত এতিয়াও আৰক্ষীৰ জালত পৰা নাই।
উল্লেখ্য যে, দিপাৱলীৰ নিশা তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত ঘৰলৈ আহি সকলো কথা বিৱৰি কৈ ৰোহিতে হস্পাতাল পোৱাৰ পূৰ্বে মৃত্যুমুখত পৰে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.