AssamCity newsCMO Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দালালৰ পাকচক্ৰত মাটি হেৰুওৱা সকললৈ সুখবৰ! ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ মাটিৰ দালালৰ বিৰুদ্ধে….

দালালৰ পাকচক্ৰত মাটি হেৰুওৱা সকললৈ সুখবৰ

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ মাটিৰ দালালৰ বিৰুদ্ধে

এইপৰ্যন্ত ১০০০ গোচৰ ৰুজু দালালৰ বিৰুদ্ধে

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত তৎপৰ প্ৰশাসন

১৫ বছৰ পূৰ্বে হেৰুওৱা মাটিও ওভতাই পাব গৰাকীয়ে

ৰাজ্য চৰকাৰৰ সূত্ৰই সদৰী কৰা মতে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বাবেই মাটিৰ দালালিৰে জড়িত এহেজাৰৰো অধিক গোচৰ পঞ্জীয়ন হৈছে এইপৰ্যন্ত। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজে কামৰূপ মহানগৰ আয়ুক্তৰ কাৰ্যালয়লৈ গৈ ভূমি সংক্ৰান্তীয় ফাইল পৰীক্ষা কৰে। মুখ্যমন্ত্ৰীজনৰ এনে কঠোৰ স্থিতিয়ে বহু নিৰীহ মাটিৰ মালিকৰ মনলৈ আশাৰ সঞ্চাৰ কৰিছে।

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.