খাদ্যজীৱনশৈলীদৈনিক বাতৰিভাৰত

অমিত শ্বাহে নৈশ আহাৰত কি কি খালে সৌৰভ গাংগুলীৰ ঘৰত?

অমিত শ্বাহে নিজেই সৌৰভ গাংগুলীৰ বাসগৃহলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই কথা গম পাই সৌৰভ গাংগুলীয়ে অমিত শ্বাহক নৈশভোজৰ বাবে আমন্ত্ৰণ জনায়

পশ্চিমবংগ ভ্ৰমণত থকা অমিত শ্বাহে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰধান সৌৰভ গাংগুলীৰ কলকাতাস্থিত বাসগৃহত নৈশ আহাৰ গ্ৰহণ কৰে। অমিত শ্বাহে কি কি খালে গাংগুলীৰ ঘৰত?

সূত্ৰই প্ৰকাশ কৰা অনুসৰি অমিত শ্বাহে নিজেই সৌৰভ গাংগুলীৰ বাসগৃহলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই কথা গম পাই সৌৰভ গাংগুলীয়ে অমিত শ্বাহক নৈশভোজৰ বাবে আমন্ত্ৰণ জনায়।

নৈশভোজৰ খাদ্য তালিকাত আছিল ভাত, ৰুটি, লুচি, বেঙেনা ভাজি, আলুৰ দম, ভেজিটেব’ল কাটলেট, পনীৰ, দৈ, ৰসোগল্লা আৰু কাজু বৰ্ফি।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৌৰভ গাংগুলীক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.