leatest updatenationalpolitical

ৰাহুল গান্ধী হ’ব লোকসভাত বিৰোধী দলৰ নেতা।

নিশা ইণ্ডিয়া ব্লকৰ নেতৃত্বৰে মল্লিকাৰ্জুন খাৰ্গেৰ বৈঠক

অষ্টাদশ লোকসভাত বিৰোধীক নেতৃত্ব দিব ৰাহুলে

ৰাহুল গান্ধী বিৰোধী দলৰ নেতা ঘোষণা

আনুষ্ঠানিক ঘোষণা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ

অধ্যক্ষ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

পূৰ্বে দায়িত্ব গ্ৰহণৰ বাবে অমান্তি হৈছিল ৰাহুল

নিশা ইণ্ডিয়া ব্লকৰ নেতৃত্বৰে মল্লিকাৰ্জুন খাৰ্গেৰ বৈঠক

বৈঠকত ৰাহুল গান্ধীক বিৰোধী দলপতি নিৰ্বাচিত

সংসদীয় ব’ৰ্ডৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ পত্ৰ প্ৰ’টেম অধ্যক্ষলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.