Social Networkভ্ৰমণমনোৰঞ্জন

কুকুৰ বা মেকুৰী নহয় বৰঞ্চ এটা প্ৰকাণ্ড ঘঁৰিয়ালৰ সৈতে ফুৰিবলৈ ওলাইছে এগৰাকী আইতা

মাথো কেইটামান দিনৰ ভিতৰতে ২০ লাখতকৈ অধিক লোকে চাইছে এগৰাকী আইতাক

মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। মাথো কেইটামান দিনৰ ভিতৰতে ২০ লাখতকৈ অধিক লোকে চাইছে এই ভিডিঅ’টো। সকলোৱে আচৰিত হৈছে ভিডিঅ’ত থকা আইতাক চাই।

এটা ভাইৰেল ভিডিঅ’, য’ত দেখিবলৈ পোৱা গৈছে এগৰাকী আইতাক। আইতাগৰাকীয়ে ফুৰিবলৈ ওলাওতে লগত পিছে কুকুৰ বা মেকুৰী নহয় বৰঞ্চ নিছে এটা প্ৰকাণ্ড ঘঁৰিয়াল। শিকলিৰে বন্ধা অৱস্থাত থকা ঘঁৰিয়ালটো লৈ আইতাই নাচি বাগি ফুৰিবলৈ ওলাইছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’। ভিডিঅ চাই সকলোৱে তবধ মানিছে আইতাৰ সাহসক।

আইতাৰ দেখা গৈছে Jay Brewer।  ইনষ্টাগ্ৰামত জনপ্ৰিয় Jay.

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.