ভাৰতৰাজনৈতিক

তালিবান চৰকাৰক লৈ উদ্বিগ্ন ভাৰত

তালিবানে আফগানিস্তানত সৃষ্ট কৰা পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ ভাৰতৰ

সন্ত্রাসবাদী সংগঠন তালিবানে আফগানিস্তান দখলৰ পিছত সৃষ্ট পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে৷ অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ সৈতে ভাৰতৰ একেই বিভাগৰ মন্ত্রীদ্বয়ে বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্রীয় বৈদেশিক মন্ত্রী জয়শংকৰে কয় যে, তালিবান চৰকাৰক লৈ উদ্বিগ্ন ভাৰত৷

উল্লেখ্য যে, অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী মাৰিছে পাইনে আৰু প্রতিৰক্ষা মন্ত্রী পিটাৰ ডুট্টনৰ ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত দুয়োখন দেশে আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.