অপৰাধঅসমঅসম আৰক্ষী

মহানগৰীৰ Nuts and Brew বাৰত যুৱকৰ উদ্ভণ্ডালি! আৰক্ষীকো ৰঙা চকু সুৰামত্ত যুৱকৰ

মহানগৰীৰ বিলাসী বাৰত ৪ যুৱকৰ উদ্ভণ্ডালি

◾মহানগৰীৰ বিলাসী বাৰত ৪ যুৱকৰ উদ্ভণ্ডালি

◾ডাউন টাউনৰ NUTS AND BRAW বাৰত এই ঘটনা

◾অত্যধিক সুৰাপান কৰি উদ্ভণ্ডালি যুৱকৰ দলটোৰ

◾বাৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত আটক যুৱককেইজনক

◾আটক ক্ৰমে জনক কুমাৰ পাঠক, আছিক ৰহমান

◾কিষাণু ভৰদ্বাজ, বিশ্বজিৎ দলেক

◾নিশা দিছপুৰ থানাত ৰখা হয় যুৱককেইজনক

◾আৰক্ষীকো ৰঙা চকু উদণ্ড যুৱকৰ দলটোৰ

◾পুৱতি নিশা স্বাস্থ্য পৰীক্ষাৰ নিয়া হৈ দলটোক

◾ঘটনা সন্দৰ্ভত মুখ খোলা নাই বাৰ কৰ্তৃপক্ষ‌ই

◾ঘটনা গাপ দিয়াৰ চেষ্টা দিছপুৰৰ আৰক্ষীৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button