AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

গুজৰাটৰ বিলকিছ বানু ধৰ্ষণৰ ঘটনা, বিলকিছ বানুলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ

গুজৰাটৰ বিলকিছ বানু ধৰ্ষণৰ ঘটনা

বিলকিছ বানুলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ

২০০২ চনৰ গুজৰাট সংঘৰ্ত ধৰ্ষিতা হৈছিল বানু

১১ অভিযুক্তই হত্যা কৰিছিল পৰিয়ালক

২০২২ চনৰ মে’ত দোষমুক্ত ঘোষিত হৈছিল ১১ অভিযুক্ত

২০২২ চনৰ ১৫ আগষ্টত মুক্তি পাইছিল ১১ অভিযুক্তই

নিম্ন আদালতৰ অসন্তুষ্ট ধৰ্ষিতা বিলকিছ বানু

ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বানু

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

গুজৰাটৰ ৰাজ্য চৰকাৰক ককৰ্থনা সৰ্বোচ্চ ন্যায়ালয়ৰ

শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ ১১ অভিযুক্তক

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.