AssamCMO AssamHimanta Biswa Sarmaleatest updateঅসমদৈনিক বাতৰি

যোৰহাটৰ লাচিত মৈদামত মুখ্যমন্ত্ৰী, লাচিত মৈদামৰ প্ৰতিমূৰ্তিৰ কাম পৰ্যবেক্ষণ

যোৰহাটৰ লাচিত মৈদামত মুখ্যমন্ত্ৰী, লাচিত মৈদামৰ প্ৰতিমূৰ্তিৰ কাম পৰ্যবেক্ষণ

যোৰহাটৰ লাচিত মৈদামত মুখ্যমন্ত্ৰী

লাচিত মৈদামৰ প্ৰতিমূৰ্তিৰ কাম পৰ্যবেক্ষণ

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব লাচিতৰ প্ৰতিমূৰ্তি

মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আহিব প্ৰধানমন্ত্ৰী!

কামৰ অগ্ৰগতিৰ লগতে পৰিস্থিতিৰ বুজ ল’লে CMএ

সৰুপথাৰৰ পোনে পোনে যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী

বিজেপিৰ গাও চ’লো অভিযানত সৰুপথাৰলৈ গৈছিল CM

নিশা সৰুপথাৰৰ ৰজাপুখুৰী শ্যামগাঁৱত কটালে মুখ্যমন্ত্ৰীয়ে

ভাস্কৰ শ্যাম গোহাঁই নামৰ এজনৰ ঘৰত নিশা কটালে মুখ্যমন্ত্ৰীয়ে

আজি শিক্ষাৰ্থীৰে মত-বিনিময় কৰে ডঃ শৰ্মাই

গাঁওবাসীৰেও বিভিন্ন কথা-বতৰা মুখ্যমন্ত্ৰীগৰাকীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.