leatest updateআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

কি হ’ব ইমৰান খানৰ ভৱিষ্যৎ? আজি ন্যায়ালয়ে ৰায়দান দিব ইমৰান খানক।

আজি জামিন নাপালে গ্ৰেপ্তাৰ হ’ব পাৰে ইমৰান খান!

ইমৰান খানৰ জামিনক লৈ ইচলামাবাদৰ ৰাজপথত বিশাল সমদল।

আজি ন্যায়ালয়ে ৰায়দান দিব ইমৰান খানক।

ন্যায়ালয়ৰ ৰায়দানৰ পূৰ্বেই পাকিস্তানত উত্তেজনাময় পৰিস্থিতি দেখা গৈছে।

ইমৰান খানৰ জামিনৰ সম্ভাৱনাক লৈ হাজাৰ হাজাৰ জনতা ওলাই আহিছে ৰাজপথলৈ।

ইমৰান খানৰ বিৰুদ্ধে JUIFৰো জংগী প্ৰতিবাদ।

জামিন হবনে আজি ইমৰান খানৰ? আজি জামিন নাপালে গ্ৰেপ্তাৰ হ’ব পাৰে ইমৰান খান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.