InternationalInternationalIPLleatest updatenationalSocialSportsক্ৰিকেটখেলদৈনিক বাতৰি

T20 বিশ্বকাপত চমৎকাৰী জয় ভাৰতৰ

ভাৰতৰ হাতত ধৰাশায়ী চিৰবৈৰী পাকিস্তান

T20 বিশ্বকাপত চমৎকাৰী জয় ভাৰতৰ

ভাৰতৰ হাতত ধৰাশায়ী চিৰবৈৰী পাকিস্তান

লং স্ক’ৰিং মেচত ভাৰতৰ শ্বাসৰুদ্ধকৰ জয়

৬ ৰানৰ ব্যৱধানত জয়লাভ ৰোহিত বাহিনীৰ

যশপ্ৰীত বুমৰাহৰ দুৰ্দান্ত বলিঙত দিশহাৰা পাকিস্তান

টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল বাবৰ আজমে

ভাৰতে প্ৰথম বেটিঙেৰে বান্ধি দিছিল ১২০ ৰানৰ লক্ষ্য

১৯ অ’ভাৰতে আটাইকেইটা উইকেট হেৰুৱাইছিল ভাৰতে

১১৩ ৰানতেই ইনিংছ সামৰে বাবৰ বাহিনীয়ে

নিউয়ৰ্কৰ নাছাউ কাউণ্টি ক্ৰিকেট ষ্টেডিয়ামত উৰিল ভাৰতৰ ত্ৰিৰংগা। ভাৰতৰ জয়ৰ পিছতে আনন্দ–উল্লাস অনুৰাগীৰ। যশপ্ৰীত বুমৰাহলৈ আগবঢ়োৱা হয় ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ খিতাপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.