আন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বমনোৰঞ্জন

৪ আগষ্টত টকিঅ’ অলিম্পিকত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা হকী দল

প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ আশাৰে খেল পথাৰত নামিব ভাৰতীয় মহিলা হকী দলটো

৪ আগষ্ট, বুধবাৰে টকিঅ’ অলিম্পিকত হকীৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা হকী দল। আৰ্জেণ্টিনাৰ বিৰুদ্ধে ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা হকী দলটোৱে। বিয়লি ৩:৩০ বজাত খেল পথাৰত নামিব ভাৰতীয় মহিলা হকীৰ দলটো।

অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ আশাৰে খেল পথাৰত নামিব ভাৰতীয় দলটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.