অসমদৈনিক বাতৰি

‘মন গলেই লৰাবোৰক USE কৰে, ফ্ৰীজত কাটি ভৰাই দিয়ে’, গাৰ মাহ-হালধীৰ গোন্ধ মাৰ নৌযাওতেই স্বামীক এৰি প্ৰেমিকৰ লগত BMWত উঠি পলাল ন-বোৱাৰী

গাৰ মাহ-হালধীৰ গোন্ধ মাৰ নৌযাওতেই স্বামীক এৰি প্ৰেমিকৰ লগত BMWত উঠি পলাল ন-বোৱাৰী

তিতাবৰত পৰকিয়া প্ৰেমে ভাঙি থানবান কৰিলে এখন ঘৰটেক্সি গাড়ী নহয় এইবাৰ – বোৱাৰী পলাল বি এম ডব্লিউত বাইকত  মাত্ৰ ৩৩ দিন স্বামীৰ ঘৰত থাকি প্ৰেমিকলৈ পলাই গ’ল  বোৱাৰী হালধি মাহৰ গোন্ধ জাবলৈ নৌ পাওতেই স্বামীৰ ঘৰৰ পৰাই পৰকীয়া প্ৰেমিকৰ BMW বাইকত উঠি পলাল বোৱাৰী 

ডিব্ৰুগড় আমোলাপট্টিৰ  ৰেহনাজক ৰাণী কৰি আনিছিল তিতাবৰ মেলামাটিৰ ৰাজাই  প্ৰথম কেইদিনমান ঠিকেই আছিল  কিন্তু ৰাণীৰ মন নিমিলল ৰাজাৰ লগত   অৱশেষত পৰকিয়া প্ৰেমীক লক্ষীমপুৰৰ নিতাফ হুছেইনে তিতাবৰৰ স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত এখন বি এম ডব্লিউ মটৰচাইকেলত উঠাই লৈ  ৰাজাৰ ৰাণীৰূপী ৰেহনাজক 

পৰকিয়া প্ৰেমিক প্ৰেমিকা BMW বাইকত  উঠি গৈ থাকোতেই  মৰিয়নিত আৰক্ষীয়ে আতক কৰে দুয়োকে

দুয়োকে আতক কৰি সোধা পোচা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে  ৰানীৰ ভৱিষ্যৎ এতিয়া এক ফুল দৌ মালি ইফালে ৰাজাৰ মনত সোমাইছে ভয়,তেখেতৰ মতে মন গলেই লৰাবোৰক USE কৰে, আজি-কালি ফ্ৰীজত কাটি ভৰাই দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button