AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘বহু বিবাহ বন্ধ হ’ব লাগিব’, ‘খিলঞ্জীয়া হ’লে দুবাৰ বিয়া কৰাব নোৱাৰিব’ : মুখ্যমন্ত্ৰী

‘মিঞাসকল খিলঞ্জীয়া হ’বলৈ চেষ্টা কৰিলে আপত্তি নাই’

‘কিন্তু বাল্য বিবাহ বন্ধ হ’ব লাগিব’

‘বহু বিবাহ বন্ধ হ’ব লাগিব’

‘খিলঞ্জীয়া হ’লে দুবাৰ বিয়া কৰাব নোৱাৰিব’

‘খিলঞ্জীয়া হ’ব খুজিলে মাদ্ৰাছাত পঢ়াব নোৱাৰিৱ’

‘সন্তানক মেডিকেল, ইঞ্জিনিয়াৰিং পঢ়াওক’

‘খিলঞ্জীয়া হ’বলৈ হ’লে খিলঞ্জীয়াৰ সংস্কৃতি গ্ৰহণ কৰিব লাগিব’

আমিনুল ইছলামৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.