Assamassam policebihubohag bihuCity newsCMO AssamGovernment SchemeHimanta Biswa Sarmanorth eastPMo indiapoliticalRegionalঅসমঅসম আৰক্ষীআঞ্চলিকদৈনিক বাতৰি

গুৱাহাটী মহানগৰীত হ’ব ড্ৰাই ডে

দুদিন ধৰি গুৱাহাটীত হ’ব ড্ৰাই ডে

দুদিন ধৰি গুৱাহাটী মহানগৰীত হ’ব ড্ৰাই ডে

১৭ৰ পৰা ১৯ এপ্ৰিললৈ গুৱাহাটীত ড্ৰাই ডে ঘোষণা

১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা সুৰাৰ বিপণী বন্ধ ৰখাৰ নিৰ্দেশ

১৯ এপ্ৰিলত ভোটগ্ৰহণ সমাপ্ত নোহোৱা পৰ্যন্ত বাহাল থাকিব ড্ৰাই ডে

কামৰূপ (মঃ) জিলা দণ্ডাধীশৰ ড্ৰাই ডে ঘোষণা

চুবুৰীয়া ৰাজ্য মেঘালয়ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে এই ঘোষণা

১৯ এপ্ৰিলত মেঘালয়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.