দৈনিক বাতৰিভাৰত

পুনৰ অগ্নিগৰ্ভা মণিপুৰ! দুই শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব CBIএ….

পুনৰ অগ্নিগৰ্ভা মণিপুৰ! দুই শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব CBIএ....

পুনৰ অগ্নিগৰ্ভা মণিপুৰ

দুই শিক্ষাৰ্থীৰ মৃত্যুক লৈ আজিও উত্তাল মণিপুৰ

মণিপুৰৰ ঘটনাৰ তদন্ত কৰিব CBIএ

CBI সঞ্চালকৰ নেতৃত্বত মণিপুৰলৈ বৃহৎ দল

কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ ২৪গৰাকী মন্ত্ৰী-বিধায়কৰ জৰুৰী পত্ৰ

পত্ৰ পোৱাৰ পিছতেই তদন্তৰ বাবে তৎপৰ গৃহমন্ত্ৰী

তদন্তৰ দায়িত্ব অৰ্পণ CBIক

দুই শিক্ষাৰ্থীৰ মৃত্যুৰ আলোকচিত্ৰ হৈছিল ভাইৰেল

নিশাও মণিপুৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ

মঙলবাৰে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ শিক্ষাৰ্থী

শিক্ষাৰ্থীৰ প্ৰতিবাদত স্তব্ধ মণিপুৰৰ ইম্ফল

পুনৰ মণিপুৰত ইণ্টাৰনেট সেৱা কৰ্তন

২৯-২৮ ছেপ্টেম্বৰত মণিপুৰত স্কুল বন্ধৰ ঘোষণা

ন্যায় বিচাৰি শিক্ষাৰ্থী-আৰক্ষীৰ হতাহতি

৭৭জন ছাত্ৰ গুৰুতৰভাৱে আহত

৩ মাহ উকলি যোৱাৰ পিছতো তদন্তত স্থবিৰতা

মণিপুৰ প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.