Social

গৰ্ভধাৰণ কৰিলে পুৰুষে! মাৰ্চ মাহত জন্ম দিব সন্তান, কিন্তু কেনেকৈ?

জিয়া এতিয়া ৮ মাহৰ অন্তঃসত্তা।

এহাল ব্যতিক্ৰমী দম্পতী। এই দম্পতীহাল কোনো পুৰুষ বা মহিলাৰ দম্পতী নহয়। এহাল কিন্নৰৰ দম্পতী এইয়া। এই হিজিৰা দম্পতীহাল হৈছে কেৰালাৰ। তেওঁলোকৰ নাম জিয়া আৰু জহাদ।

Kerala Transman Announces Pregnancy: Transgender Couple Say They Feel 'Adipoli' Kerala as They Expect Their Baby

যোৱা তিনি বছৰ ধৰি ২৩ বছৰীয়া জহাদ আৰু ২১ বছৰীয়া ট্ৰেন্স মহিলা জিয়াই একেলগে বাস কৰি আহিছে। ল’ৰা হিচাপে জন্মগ্ৰহণ কৰা জিয়া পিছলৈ ছোৱালীলৈ ৰূপান্তৰিত হোৱাৰ বিপৰীতে জাহাদ ছোৱালীৰ পৰা ল’ৰালৈ সলনি হয়। দুয়োজনে মাৰ্চ মাহত প্ৰথম সন্তান জন্ম দিয়াৰ কথাও উল্লেখ কৰিছে।

Meet India's First Pregnant Trans man, Zahhad

তেওঁলোকে নিজেই এই তথ্য তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত শেয়াৰ কৰিছে। মাৰ্চ মাহত দুয়োৰে মাজলৈ আহিব তেওঁলোকৰ প্ৰথম সন্তান। জিয়া এতিয়া ৮ মাহৰ অন্তঃসত্তা।

Meet India's First Pregnant Trans man, Zahhad

জিয়াই এটা ইনষ্টাগ্ৰাম পোষ্টত লিখিছিল যে ‘মই জন্মসূত্ৰে বা শৰীৰৰ দ্বাৰা নাৰী নহয় কিন্তু মোৰ সপোন আছিল এগৰাকী নাৰীৰ সপোন এটা সন্তানে মোক মা বুলি ক’ব । আমি একেলগে থকাৰ তিনি বছৰ হ’ল। জহাদৰ সপোন পিতৃ বুলি কোৱা শুনা। তেওঁৰ সহযোগতহে পেটত ৮ মাহৰ জীৱন।’

Kerala trans man pregnant, transgender couple look forward to new journey | Cities News,The Indian Express

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 2 =

Back to top button