খেলভাৰত

১৯-অনূৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেট দলৰ কপাল ফুলিল, খেলুৱৈৰ ওপৰত হ’ব টকাৰ বৰষুণ…

ভাৰতীয় দলৰ বিজয়ৰ পিছতেই BCCIয়ে কৰিলে বিশেষ ঘোষণা। ১৯-অনূৰ্ধ্বৰ বিশ্বকাপৰ খিতাপ জিকা দলক প্ৰদান কৰিব ডাঙৰ পুৰস্কাৰ। পিছে কি হ'ব এই পুৰস্কাৰ?

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলে। পঞ্চমবাৰৰ বাবে ১৯-অনূৰ্ধ্বৰ বিশ্বকাপৰ খিতাপ আজুৰিলে ভাৰতে। ইংলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই। চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতীয় দলে অৱশেষত আজুৰিলে এই বিজয়ৰ খিতাপ।

ভাৰতীয় দলৰ বিজয়ৰ পিছতেই BCCIয়ে কৰিলে বিশেষ ঘোষণা। ১৯-অনূৰ্ধ্বৰ বিশ্বকাপৰ খিতাপ জিকা দলক প্ৰদান কৰিব ডাঙৰ পুৰস্কাৰ। পিছে কি হ’ব এই পুৰস্কাৰ?

১৯-অনূৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী দলৰ প্ৰতিগৰাকী খেলুৱৈলৈ ৪০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা BCCIৰ। আনহাতে, সহযোগী ষ্টাফলৈও ২৫ লাখ টকাৰ পুৰস্কাৰৰ কথা দেওবাৰে ঘোষণা কৰিলে BCCIৰ সম্পাদক জয় শ্বাহে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.