leatest updateঅসমঅসম আৰক্ষীদৈনিক বাতৰি

এক চাঞ্চল্যকৰ ভিডিঅ’ই কঁপাইছে ৰাজ্য! বাঁহৰ এচাৰিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে এটি কণমানিক।

ৰাজ্যত পুনৰ শিশু নিৰ্যাতনৰ ভয়ংকৰ ঘটনা...

ৰাজ্যত পুনৰ শিশু নিৰ্যাতনৰ ভয়ংকৰ ঘটনা। এক চাঞ্চল্যকৰ ভিডিঅ’ই কঁপাইছে ৰাজ্য। এগৰাকী কণমানিক এগৰাকী মহিলাৰ নিৰ্মম প্ৰহাৰ। এগৰাকী নাৰী ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে! এটি কণমানিক প্ৰহাৰ কৰাৰ ভিডিঅ দেখিলে আপোনাৰো হৃদয় কঁপি উঠিব। অশালীন ভাষাৰে গালি-গালাজ পৰাৰ ওপৰিও বাঁহৰ এচাৰিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে কণমানিগৰাকীক।

হোজাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ঘৰুৱা কামত সহায়ৰ বাবে আনিছিল কণমানিজনীক। এই ভিডিঅ’ই এতিয়া জোঁকাৰিছে সমগ্ৰ ৰাজ্য। আৰক্ষীক নিজাববীয়া গোচৰৰ আহ্বান সচেতন মহলৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.