অৰ্থনৈতিকঅসম

তালিকা দেখি ভয় খাব, নাম লৈ লৈ ভাগৰি পৰিব আপুনি, ১ এপ্ৰিলৰ পৰা ভয়াৱহভাৱে দেশত প্ৰতিবিধ সামগ্ৰীৰে হ’ব মূল্যবৃদ্ধি!

চৌদিশ এতিয়া কেৱল মুল্য বৃদ্ধিৰ আতংক!

তালিকা দেখি ভয় খাব, নাম লৈ লৈ ভাগৰি পৰিব আপুনি। ১ এপ্ৰিলৰ পৰা ভয়াৱহভাৱে দেশত প্ৰতিবিধ সামগ্ৰীৰে হ’ব মূল্যবৃদ্ধি!

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব জীৱন দায়িনী ঔষধৰ মুল্য। প্ৰায় প্ৰতিবিধ ঔষধত ৩০% লৈকে হ’ব মুল্যবৃদ্ধি। পুনৰ বৃদ্ধি পাব পেট্ৰল ডিজেলৰ দাম। বৃদ্ধি হ’ব ঘৰুৱা ৰন্ধন গেছৰ মুল্য। তাৰ লগতে বৃদ্ধি পাব ইটা বালি চিমেণ্টৰ দাম। ৰাজ্যত বিদ্যুতৰ মূল্যও বৃদ্ধি পাব। ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মূল্য ৫৯ পইচালৈ বৃদ্ধি পাব। গতিকে পূৰ্বৰ বাজেটেৰে এতিয়া আৰু নছলিব আপোনাৰ ঘৰ!

চৌদিশ এতিয়া কেৱল মুল্য বৃদ্ধিৰ আতংক!

নেমুৰ মূল্যবৃদ্ধিৰ বাবে সৰ্বসাধাৰণক দোষ দিয়া শাসকীয় বিধায়কৰ পৰামৰ্শ মানিলে প্ৰতিজন লোকে বা প্ৰতিটো পৰিয়ালে এজোপাকৈ নেমু ৰুলে হেনো মূল্যবৃদ্ধি প্ৰতিৰোধ হ’ল হয়। নেমু বাৰু ৰুই ল’ব। পেট্ৰ’ল-ডিজেল, বিদ্যুত, চিলিণ্ডাৰ, নিৰ্মাণকাৰ্যৰ সামগ্ৰী এইবোৰ ক্ষেত্ৰত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব সেই উপদেশো এতিয়া ৰাইজে আশা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.