অসমজীৱনশৈলীদৈনিক বাতৰি

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান?

১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ’ল এই বৰ্ষৰ অসম চৰকাৰৰ তিনিটাকৈ সৰ্বোচ্চ অসামৰিক সন্মান

১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ’ল এই বৰ্ষৰ অসম চৰকাৰৰ তিনিটাকৈ সৰ্বোচ্চ অসামৰিক সন্মান। অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা। ইয়াৰে এগৰাকী ব্যক্তিলৈ ‘অসম বৈভৱ’ বঁটা, পাঁচ গৰাকীলৈ ‘অসম সৌৰভ’ বঁটা আৰু তেৰগৰাকীলৈ ‘অসম গৌৰৱ’ বঁটা ঘোষণা।

অসম বৈভৱ বঁটা বিজয়ী

১) শ্ৰী ৰতন টাটা _ উদ্যোগপতি আৰু সমাজহিতৈষী

 

অসম সৌৰভবঁটা বিজয়ী

১) প্ৰফেচাৰ

কমলেন্দু দেৱ কৌৰী _ শিক্ষকতা

২) ড° লক্ষ্মণন এছ, আইএএছ _ সমাজসেৱা

৩) প্ৰফেচাৰ দীপক চান্দ জৈন _ ব্যৱসায় ব্যৱস্থাপনা

৪) লাভলীনা বৰগোঁহাই _ ক্ৰীড়া

৫) শ্ৰী নীলপৱন বৰুৱা _ কলা আৰু সংস্কৃতি

 

অসম গৌৰৱবঁটা বিজয়ী

১) শ্ৰী মুনীন্দ্ৰ নাথ নগাতে _ সমাজসেৱা আৰু ভেকচিন প্ৰদান

২) ডাঃ বসন্ত হাজৰিকা _ স্বাস্থ্য আৰু ক’ভিড ব্যৱস্থাপনা

৩) শ্ৰী আকাশ জ্যোতি গগৈ _ কুকুৰা পালন

৪) শ্ৰী মনোজ কুমাৰ বসুমতাৰী _ গাহৰি পালন

৫) শ্ৰী খৰচিং টেৰণ _ ক্ৰীড়া আৰু পৰ্বতৰোহণ

৬) শ্ৰী ববী হাজৰিকা _ মহিলা উদ্যোগী

৭) শ্ৰী হেমপ্ৰভা চুতীয়া _ বয়ন শিল্প

৮) শ্ৰী নমিতা কলিতা _ স্বাস্থ্য আৰু সমাজসেৱা

৯) শ্ৰী বৰ্নিতা মমিন _ সমাজসেৱা

১০) শ্ৰী ধৰণীধৰ বড়ো _ বন্যপ্ৰাণী সংৰক্ষণ

১১) শ্ৰী কৌশিক বৰুৱা _ কৃষি ৰপ্তানিকৰ্তা আৰু উদ্যোগপতি

১২) শ্ৰী কল্পনা বড়ো _ সমাজসেৱা

১৩) ডাঃ আচিফ ইকবাল _ স্বাস্থ্য আৰু মেডিচিন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − six =

Back to top button