অসম আৰক্ষী

অসম আৰক্ষীৰ প্রশিক্ষণ বিভাগৰ সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈৰ বদলি…

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান আছিল বিষ্ণৈ। অসম আৰক্ষীৰ প্রশিক্ষণ বিভাগৰ দায়িত্বত আছিল বিষ্ণৈ

অসম আৰক্ষীত বদলা-বদলি। মেঘালয় আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ অসম আৰক্ষীৰ সঞ্চালক ড০ এল আৰ বিষ্ণৈৰ।

 

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান আছিল বিষ্ণৈ। অসম আৰক্ষীৰ প্রশিক্ষণ বিভাগৰ দায়িত্বত আছিল বিষ্ণৈ। সোমবাৰে, ১৯৯১ চনৰ IPS বিষয়া এল আৰ বিষ্ণৈক মেঘালয়ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

পূৰ্বে অসম-মেঘালয়ৰ IPS বিষয়া আছিল বিষ্ণৈ। বিটিআৰ মণ্ডলৰ দায়িত্বতো আছিল এল আৰ বিষ্ণৈ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.