অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বাইহাটা চাৰিআলিৰ উৰনীয়া সেতুৰ নিৰ্মান কাৰ্য লেহেমীয়া হোৱাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণ

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি থকা উৰণ সেতুৰ নিৰ্মান কাৰ্যই এতিয়া জ্বলাকলা খুৱাইছে বাইহাটা চাৰিআলিৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথটোৰে চলাচল কৰা লোকসকলক।

উৰনীয়া সেতুৰ নিৰ্মান কাৰ্য লেহেমীয়া হোৱাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন বাইহাটা চাৰিআলি অঞ্চলৰ জনসাধাৰণ।

নিৰ্মান কাৰ্য লেহেমীয়া হোৱাৰ বাবে ব্যাপক যান-জঁটৰ সৃষ্টি হোৱা বুলি অভিযোগ ৰাইজৰ।

যাৰ ফলত স্কুল কলেজৰ ছাত্ৰীৰ লগতে অফিচ কাছাৰীলৈ যোৱা লোকসকল যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে।

সেয়ে উৰণ সেতুৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ কৰাৰ বাবে চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.