অপৰাধদৈনিক বাতৰিবলিউডভাৰত

দাড়ি-গোঁফক লৈ কৰা ঠাট্টাৰ বাবে ষ্টেণ্ড আপ কমেডিয়ান ভাৰতী সিঙৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ

ষ্টেণ্ড আপ কমেডিয়ান ভাৰতী সিঙে শেহতীয়াকৈ টিভিৰ এটা অনুষ্ঠানত দাড়ি-গোঁফক লৈ ঠাট্টা কৰাৰ অভিযোগত এছজিপিচিৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে

ষ্টেণ্ড আপ কমেডিয়ান ভাৰতী সিঙে শেহতীয়াকৈ টিভিৰ এটা অনুষ্ঠানত দাড়ি-গোঁফক লৈ ঠাট্টা কৰাৰ অভিযোগত এছজিপিচিৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।

আজি কমেডিয়ানগৰাকীয়ে ক্ষমাপ্ৰাৰ্থনা জনোৱাই। তাৰ বিপৰীতে ডি চি পি পৰমিন্দৰ সিং ভাণ্ডালে কয় যে, এছ জি পি চিৰ এজাহাৰৰ ভিত্তিত কোটৱালী আৰক্ষী থানাত এফ আই আৰ ৰুজু কৰা হৈছে।

অমৃতসৰত এছ এ ডিৰ মহিলা শাখাকে ধৰি কেইবাটাও মানৱ অধিকাৰ আৰু শিখ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।
এক ভিডিঅ’ মেছেজত ভাৰতীয়ে স্বীকাৰ কৰে যে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা আৰু ভুল বুজাবুজি হৈছে। পাঞ্জাবী ভাষাত ভাষণ দি তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ কৌতুকত কোনো বিশেষ ধৰ্ম বা সম্প্ৰদায়ৰ উল্লেখ নাই।

এছ জি পি চিয়ে কয় যে ভাৰতীয়ে সম্প্ৰদায়টোৰ নাম উল্লেখ নকৰিলেও দাড়ি আৰু গোঁফ পাঁচটা ‘কককাৰ’ (শিখ ধৰ্মীয় প্ৰতীক)ৰ অধীনত আহে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.