জীৱনশৈলীদৈনিক বাতৰিফেশ্বনবলিউডভাৰতমনোৰঞ্জন

তাপমাত্ৰা বঢ়াইছে কিয়াৰাই!

কিয়াৰা আদৱানীয়ে বেকলেছ পোছাকৰ বোল্ড ৰূপে মুগ্ধ কৰিছে অনুৰাগীসকলক

তাপমাত্ৰা বঢ়াইছে কিয়াৰাই।

কিয়াৰা আদৱানীৰ শেহতীয়া এক ফটোশ্বুটে সকলোকে হতবাক কৰি তুলিছে। অভিনেত্ৰীগৰাকীয়ে শনিবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত তেওঁক কেমেৰাৰ সন্মুখত ফটো উঠি থকা দিখা যায়। অসংখ্য ভংগীমাৰে কাইৰাই কেমেৰাৰ সন্মুখত ফটোশ্বুট কৰাইছে।

তাৰকাগৰাকীক এযোৰ ৰূপালী বেকলেছ পোছাকত দেখা গৈছে। তাৰ লগতে পৰিধান কৰিছে এযোৰ ধুনীয়া ৰঙা পাম্পছু।
কিয়াৰা আদৱানীয়ে বেকলেছ পোছাকৰ বোল্ড ৰূপে মুগ্ধ কৰিছে অনুৰাগীসকলক।

ভিডিঅ’টো ভাৰতৰ হাৰ্পাৰ বজাৰ (Harper’s Bazaar)ৰ বাবে তেওঁৰ শেহতীয়া দৃশ্যগ্ৰহণৰ দৃশ্য।

প্ৰকাশনটোৱে কিয়াৰাৰ আকৰ্ষণীয় ৰূপালী পোছাক পিন্ধা আৰু এখন ভৰিৰ ওপৰত থিয় হৈ থকা এখন ফটো শ্বেয়াৰ কৰিছিল।


অভিনেত্ৰীগৰাকীয়ে এই মাহত আলোচনীখনৰ কভাৰ হিচাপে কেমেৰাৰ সন্মুখত ফটোশ্বুট কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.