অসমঅসম আৰক্ষীখেলগুৱাহাটীবিশ্বভাৰতমনোৰঞ্জন

স্বৰ্ণ বিজয়ী লাভলীনা বৰগোহাঞিলৈ অসম আৰক্ষীৰ তৰফৰ পৰা সম্বৰ্ধনা

বিশ্ব মহিলা বক্সি চেম্পিয়নচিপত স্বৰ্ণ জয় কৰি অসম তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোহাঞিক সম্বৰ্ধনা।

বিশ্ব মহিলা বক্সি চেম্পিয়নচিপত স্বৰ্ণ জয় কৰি অসম তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোহাঞিক সম্বৰ্ধনা।

অসম আৰক্ষীৰ অফিচাৰ্ছ মেছত এই সম্বৰ্ধনা অনুষ্ঠান।

অসম আৰক্ষীৰ তৰফৰ পৰা পৰিয়ালৰ সদস্য হিচাবে DSP লাভলিনাক জনোৱা হব সম্বৰ্ধনা।

আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত এই অনুষ্ঠানত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.