অসম

নিয়ম নমনা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ GMC, বিহা হৈছে জৰিমনা…

গুৱাহাটী পৌৰ নিগমে কেইবাখনো প্ৰতিষ্ঠানক বিহিলে জৰিমনা।

মহানগৰীত GMCৰ অভিযান। নিয়ম নমনা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী পৌৰনিগম। ট্ৰেড লাইচেন্স নথকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান। গুৱাহাটী পৌৰ নিগমে কেইবাখনো প্ৰতিষ্ঠানক বিহিলে জৰিমনা।

 

পল্টনবজাৰ KC SEN ৰোডত শুকুৰবাৰে হঠাৎ GMCএ চলালে অভিযান। অনুজ্ঞাপত্ৰৰ লগতে বহু আসোঁৱাহ ধৰা পৰিছে কেইবাখনো হোটেলত। দুহেজাৰৰ পৰা দহ হেজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হৈছে হোটেলৰ মালিকক। এসপ্তাহৰ সময়সীমাৰে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ হোটেল কৰ্তৃপক্ষলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.