leatest updateঅসমগুৱাহাটী

চৰাই মৰে ৰৈ, মানুহ মৰে কৈ…অৱশেষত টিঙৰ পৰা নামিল ৰণোজ পেগু।

'একাংশ শিক্ষকৰ মূৰত মাল নাই’ বুলি কোৱাৰ লগে লগেই ধিক্কাৰ আৰু সমালোচনাৰে তোলপাৰ লাগিছিল ৰাজ্য

চৰাই মৰে ৰৈ, মানুহ মৰে কৈ…

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষক সমাজক উদ্দেশ্যি কোৱা এক মন্তৱ্যৰ বাবে সৰ্ৱত্ৰে পতিক্ৰিয়াৰ সন্মুখীন হৈছিল। ‘একাংশ শিক্ষকৰ মূৰত মাল নাই’ বুলি কোৱাৰ লগে লগেই ধিক্কাৰ আৰু সমালোচনাৰে তোলপাৰ লাগিছিল ৰাজ্য।
অৱশেষত বুজি পালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ডাঃ পেগুৱে ওভতাই ল’লে ‘মাল’ শব্দটো।

শিক্ষামন্ত্ৰীৰ মুখত অসংসদীয় শব্দক লৈ সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীক তুলাধূনা। অৱশেষত টিঙৰ পৰা নামিল ৰণোজ পেগু। শিক্ষক সমাজৰ ওচৰত ক্ষমা বিচাৰিলে শিক্ষামন্ত্ৰীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button