AssamCity newsleatest updatenationalRegionalSocial

৩ বছৰ সম্পূৰ্ণ হ’ল বিটিআৰ চৰকাৰৰ; বড়োলেণ্ডলৈ উভতি আহিছে শান্তি

মহানগৰীত BTR প্ৰধান প্ৰমোদ বড়োৰ সংবাদ মেল

মহানগৰীত BTR প্ৰধান প্ৰমোদ বড়োৰ সংবাদ মেল

৩ বছৰ সম্পূৰ্ণ হ’ল বিটিআৰ চৰকাৰৰ

তিনি বছৰৰ অগ্ৰগতিৰ খতিয়ান প্ৰমোদ বড়োৰ

শাসন লোৱাৰ সময়ত ধাৰ আছিল ২১শ কোটি

হ্ৰাস পাই এতিয়া আছে ১২শ কোটিৰ ধাৰ

বড়োলেণ্ডলৈ উভতি আহিছে শান্তি

পূৰ্বে বড়োলেণ্ডত যাবলৈ ভয় কৰিছিল আন লোকে

‘যোৱা ৩টা বছৰত কোনো ধৰণৰ সংঘৰ্ষ, যুদ্ধ হোৱা নাই’

‘এতিয়া বড়োলেণ্ডৰ নিৰাপত্তা ঘূৰাই অনা হৈছে’

‘সকলো জনজাতি এক কৰি আমি আগবাঢ়ি আহিছো’

৩ বছৰত BTRত নিৰ্মাণ হৈছে ১,০৬০ কি.মি. পথ

১৭ বছৰত BPFএ বনাইছিল ৩৯টা ঘৰ

৩ বছৰত নিৰ্মাণ হ’ল ১,৬৯,৩৭৫টা ঘৰ

ক্ৰীড়া ক্ষেত্ৰতো উন্নতি বিটিআৰৰ

তামুলপুৰত আয়োজন হ’ল ডুৰাণ্ড কাপৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.