অসমপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

বতৰ বিজ্ঞান কেন্দ্ৰই ৮খনকৈ ৰাজ্যত জাৰি কৰিছে হাই এৰ্লাট

শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি ৮খনকৈ ৰাজ্যত ২৯নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত হ'ব প্ৰৱল বৃষ্টিপাত

বতৰ বিজ্ঞান কেন্দ্ৰই ৮খনকৈ ৰাজ্যত জাৰি কৰিছে হাই এৰ্লাট।

শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি ৮খনকৈ ৰাজ্যত ২৯নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত হ’ব প্ৰৱল বৃষ্টিপাত।

বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ দেশৰ ৮খন ৰাজ্যত জাৰি কৰিছে হাই এৰ্লাট। কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি এই ৰাজ্যকেইখন ২৯নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত হব প্ৰৱল বৃষ্টিপাত।

কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰা ৰাজ্যকেইখন ক্ৰমে, তামিলনাডু, পুডুচেৰী, কেৰালা, অন্ধ্ৰপ্ৰদেশ, লক্ষ্যদ্বীপ, গুজৰাট, গোৱা আৰু মহাৰাষ্ট্ৰ। এই ৰাজ্যকেইখনত প্ৰৱল বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য যে, গুজৰাট, গোৱা আৰু মহাৰাষ্ট্ৰত বৃষ্টিপাত হোৱাৰ লগতে ঘূৰ্ণী বতাহৰো প্ৰবল সম্ভাবনা জাৰি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.