Assamঅসমআঞ্চলিকদৈনিক বাতৰি

ধুবুৰীৰ ৰাজপথত তীব্ৰ যান-জঁট, অৰুণোদয় 2.0 সভাৰ বাবে লোকাৰণ্য ধুবুৰী

ধুবুৰীৰ ৰাজপথত তীব্ৰ যান-জঁট, অৰুণোদয় 2.0 সভাৰ বাবে লোকাৰণ্য ধুবুৰী

ধুবুৰীৰ ৰাজপথত তীব্ৰ যান-জঁট

অৰুণোদয় 2.0 সভাৰ বাবে লোকাৰণ্য ধুবুৰী

বিভিন্ন স্থানৰ পৰা ধুবুৰীলৈ আহিছে বহু লোক

যান-বাহন আৰক্ষীৰ ব্যৰ্থতাৰ বাবে যান-জঁট

ধুবুৰীৰ ৰাজপথত তীব্ৰ যানযট। আজি অৰুনোদয় 2.0 আচঁনি হিতাধিকাৰীৰ মাজত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰন কৰিব নতুন কাৰ্ড। উক্ত অনুষ্ঠানৰ বাবে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা লোক ধুবুৰীলৈ আহিছে। কিন্তু ধুবুৰী যানবাহন আৰক্ষীৰ অব্যৱস্থাৰ বাবে চহৰখনত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। ধুবুৰী যানবাহন আৰক্ষীৰ এই কাৰ্য্যত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.