অসমঅসম আৰক্ষীগুৱাহাটীচাকৰিদৈনিক বাতৰিভাৰতৰাজনৈতিক

মহানগৰ আৰক্ষীৰ ব্যাপক ৰদ-বদল, কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি

DIGৰ ম’বাইল থপিওৱাৰ পাৰ্শ্বক্ৰিয়া!

মহানগৰ আৰক্ষীৰ ব্যাপক ৰদ-বদল

কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি

ভঙাগড়ৰ OC প্ৰাণজিৎ দাসক সীমান্ত শাখালৈ বদলি

চানমাৰিৰ OC টিংকুমণি বৰদলৈক CIDলৈ বদলি

লতাশিলৰ OC নিতুল দাসক PTC দেৰগাঁৱলৈ বদলি

পল্টনবজাৰৰ OC দীপান্ত ফুকনক 19Ap(IR)Bnলৈ বদলি

ফটাশিল আমবাৰীৰ OC দেৱজিৎ ফুকনক  লিগিৰীপুখুৰীলৈ বদলি

সাতগাঁৱৰ তদানীন্তন OC মনজিৎ বুঢ়াগোহাঁইক সীমান্ত শাখালৈ বদলি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.