অপৰাধঅসমআঞ্চলিক

ছাৰে এয়া কি কৰিলে? বুঢ়া বয়সত পলুৱাই নিলে সপ্তম শ্ৰেণীৰ ছাত্ৰীক

শিক্ষকৰ নামত পাষাণটোৰ কাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ

ছাৰে এয়া কি কৰিলে? বুঢ়া বয়সত পলুৱাই নিলে সপ্তম শ্ৰেণীৰ ছাত্ৰীক

জাকিৰ ছাৰে পলুৱাই নিলে নিজ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীক! পঢ়াব লাগিছিল কি কিন্তু পঢ়ালে কি? জাকিৰ ছাৰৰ অন্তৰত আছে কোটিটকীয়া প্ৰেম। সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত গঢ়ি উঠা প্ৰেম বাস্তৱত পৰিণত কৰাৰ বাবে ছাৰে পলুৱাই নিলে ছাত্ৰীক। শিক্ষৰকৰ নামত পাষাণটোৰ কাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ৷

১৯৬০ চনত স্থাপিত হোৱা এখন বিদ্যালয়ত প্ৰেমৰ দাগ লগালে এইজন শিক্ষক জাকিৰে। শিক্ষক জাকিৰৰ অন্তৰত আছে আপুনি মই ১ কোটি টকা দি কিনিব নোৱাৰা প্ৰেম। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলৰ ৰাইজৰ মুখে মুখে জাকিৰ ছাৰৰ প্ৰেমৰ কাহিনী। সমগ্ৰ অঞ্চলযুৰি বলিছে প্ৰেমৰ বতাহ।

কি ডেকা কি বুঢ়া সকলোৰে মুখে মুখে এটাই কথা ঐ শুনিছনে ? জাকিৰ ছাৰে পলুৱাই নিলে এমভিস্কুলৰ ছাত্ৰীক। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বাহিৰ শালমাৰা এমভীস্কুলত।এইখন স্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল এইজন জাকিৰ হুছেইনে।নিযুক্তি লাভৰ পিছতেই ছাত্ৰীগৰাকীৰ লগত গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক। এই অভিযোগ স্থানীয় ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 12 =

Back to top button