AssamSportsঅসমখেল

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্রথমগৰাকী অসমীয়া

যাত্ৰাত সময় লাগিছিল প্ৰায় ১৩ ঘণ্টা

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্রথমগৰাকী অসমীয়া এলভিছ আলী হাজৰিকা।ইংলিছ চেনেল সাঁতুৰি অভিলেখ এলভিছ আলী হাজৰিকাৰ।২য় বাৰলৈ ইংলিছ চেনেল সফলতাৰে সাঁতুৰি পাৰ হ’ল এলভিছে।ইংলিছ চেনেল সাঁতুৰি অভিলেখ ৰচিলে এলভিছ আলী হাজৰিকাই।এই যাত্ৰাত এলভিছ আলী হাজৰিকাক সময় লাগিছিল প্ৰায় ১৩ ঘণ্টা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.