জম্মু-কাশ্মীৰ

আৰক্ষী বিষয়ালৈ সন্ত্ৰাসবাদীৰ গুলী, গুলীবৰ্ষণত আহত সাতবছৰীয়া কন্যা…

ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষী ছাইফুল্লাৰ লগতেই আছিল কণমানিজনী।

সন্ত্ৰাস জৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হিংসাত্মক ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত আৰক্ষী বিষয়া।

 

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ চৌৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে আৰক্ষীক। গুলীবৰ্ষণত নিহত আৰক্ষী বিষয়া ছাইফুল্লা কাদৰী।

 

ঘটনাত আহত আৰক্ষী বিষয়াগৰাকীৰ ৭বছৰীয়া কন্যা। ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষী ছাইফুল্লাৰ লগতেই আছিল কণমানিজনী। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন বাহুত আঘাতপ্ৰাপ্ত কন্যাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.