সময় বঢ়াৰ লগে লগে দেখিবলে পোৱা গৈছে ক’ভিড-১৯ৰ এটাৰ পাছত আনটো ভেৰিয়েন্ট। লগতে পূৰ্বতকৈ অধিক শক্তিশালী তথা মাৰাত্মক ৰূপ দেখিবলে পোৱা গৈছে ক’ভিড-১৯ৰ নতুন ভেৰিয়েন্ট।
ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েন্টৰ পাছত এইবাৰ ধৰা পৰিছে কোভিড-১৯ৰ আন এটা মিউটেন্টে। যাৰ নাম হৈছে ‘লাম্বদা’ (Lambda)।
কোভিড-১৯ৰ ‘লাম্বদা’ ভেৰিয়েন্ট ভাৰতত প্ৰথম আৱিস্কৃত ডেল্টাতকৈয়ো মাৰাত্মক। বিশেষজ্ঞসকলৰ মতে ‘লাম্বদা’ ভেৰিয়েন্ট যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ৰ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি। এমাহৰ ভিতৰতে এই ভেৰিয়েন্ট ৩০খন দেশলৈ সংক্ৰমিত হৈছে।
অৱশ্যে ভাৰতত এতিয়ালৈকে লাম্বদা ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰাৰ কোনো বাতৰি পোৱা হোৱা নাই।
Read Next
Assam
ফেব্ৰুৱাৰী 24, 2025
মাজত মাত্ৰ আৰু কেইটামান ক্ষণ বাকী… সৰুসজাইত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান
leatest update
জানুৱাৰী 31, 2025
MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট
Social
জানুৱাৰী 29, 2025
চীনা এপৰ উত্থানত শংকিত আমেৰিকা!
International
জানুৱাৰী 9, 2025
হ’ব নেকি পৰৱৰ্তী বিশ্ব যুদ্ধ!
Assam
জানুৱাৰী 9, 2025
প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান
Assam
নৱেম্বৰ 13, 2024
অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
জানুৱাৰী 8, 2025
কিয় গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প? গ্ৰীণলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব?
জানুৱাৰী 8, 2025
কোনে দখল কৰিছে ভাৰতৰ মাটি? সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ বাংলাদেশৰ…..
ডিচেম্বৰ 1, 2024
আহক বনভোজলৈ যাওঁ… ৱাটছএপৰ ‘Picnic Group 2025’ ত এড্ হ’ল নে আপুনি?
নৱেম্বৰ 13, 2024
অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
নৱেম্বৰ 6, 2024
পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! ২৬৭টা ইলেক্টৰেল ভোটত অগ্ৰগতি ট্ৰাম্পৰ….