ৰাজনৈতিক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গেৰুৱা বসন পৰিধান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

বিজেপিত যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

বিজেপিত যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।

মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্রেছ নেতা ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি আজি গেৰুৱা বসন পৰিধান কৰিলে৷

ধেমাজিৰ NHPC  প্ৰেক্ষাগৃহত বিজেপিত যোগদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতিৰ BJPত যোগদান।

প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা কুর্মীয়ে বিজেপিত যোগদান কৰিয়েই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷
উল্লেখযোগ্য যে ,  যোৱা এক–ডেৰবছৰ ধৰি বিভিন্ন সময়ত কুর্মীয়ে বিজেপিত যোগদান কৰিব বুলি প্রচাৰ মাধ্যমত ব্যাপক চর্চা চলি আছিল৷

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.