Assam

সংস্থাপন দিয়াৰ চলেৰে কিশোৰীক বি*ক্ৰী*ৰ পৰিকল্পনা

মহানগৰীৰ হোমষ্টেত পুনৰ ভয়ংকৰ ঘটনা

মহানগৰীৰ হোমষ্টেত পুনৰ ভয়ংকৰ ঘটনা।সংস্থাপন দিয়াৰ চলেৰে কিশোৰীক বি*ক্ৰী*ৰ পৰিকল্পনা।বেলতলাৰ ৰোজমেৰী হোমষ্টেৰ পৰা উদ্ধাৰ ২ কিশোৰী।কাম দিয়াৰ চলেৰে ২ কিশোৰীক লৈ গৈছিল হোমষ্টেখনলৈ।নিৰুদ্দেশৰ সন্দৰ্ভত দিশপুৰ থানাত গোচৰ পৰিয়ালৰ।দিশপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুই কিশোৰীক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 15 =

Back to top button