অসমগুৱাহাটীভ্ৰমণ

পুনৰ মহানগৰীত বৃদ্ধি চিটি বাছৰ ভাড়া। প্ৰকাশ পালে নতুন ভাড়াৰ নিৰিখ!

পুনৰ মহানগৰবাসীক মাধমাৰ অসম পৰিবহন বিভাগৰ

পুনৰ মহানগৰবাসীক মাধমাৰ দিলে অসম পৰিবহন বিভাগৰ। চিটি বাছৰ ভাড়া বৃদ্ধি কৰি আকৌ এবাৰ মহানগৰীৰ চিটিবাছ যাত্ৰীৰ মুৰত মাধমাৰ শোধাই অসম পৰিবহন বিভাগে। এতিয়াৰ পৰা মহানগৰীৰ চিটি বাছত উঠিলেই যাত্ৰীয়ে দিব লাগিব নূন্যতম ১০ টকা। চিটিবাছৰ মালিক-চালক সন্থাৰে সৈতে পৰিবহন বিভাগৰে হোৱা বৈঠকৰ অন্তত ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম পৰিবহন বিভাগে। ইতিমধ্যে যোৱা ১৪ ছেপ্টেম্বৰতে প্ৰকাশ পাইছিল এই অধিসূচনা।

 

 

চিটিবাছ ভাড়াৰ নতুন নিৰিখসমূহ হৈছে,
৫-৯ কিঃমিঃ পৰ্যন্ত ১৫ টকা
৯-১৩ কিঃমিঃ পৰ্যন্ত ১৮ টকা
১৩-১৭ কিঃমিঃ পৰ্যন্ত ২২ টকা
১৭-২১ কিঃমিঃ পৰ্যন্ত ২৮ টকা
২১-২৫ কিঃমিঃ পৰ্যন্ত ৩০ টকা
২৫ কিঃমিঃৰ পৰা অধিক দূৰত্বত প্ৰতি কিঃমিঃত ১ টকাকৈ বৃদ্ধি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.