leatest updateঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰত

ইণ্টাৰনেচনেল বেদান্ত চছাইটিৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ভগৱানৰ দেহাৱসান।

ইণ্টাৰনেচনেল বেদান্ত চছাইটি বা IVS হৈছে ভাৰতৰ এক আধ্যাত্মিক সংগঠন।

ইণ্টাৰনেচনেল বেদান্ত চছাইটিৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ভগৱানৰ দেহাৱসান। ৮২ বছৰ বয়সত ইহলীলা সম্বৰণ ব্যক্তিগৰাকীৰ। শ্বাস- প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে প্ৰথম অৱস্থাত তেখেতক কলকাতাৰ Fortis hospitalত চিকিৎসা কৰা হৈছিল যদিও শণিবাৰে সন্ধিয়া কলকাতাৰ আইএলএছ হস্পিতলত শ্ৰী ভগৱানে শেষ নিশ্বাস ত্যাগ কৰে।

ইণ্টাৰনেচনেল বেদান্ত চছাইটিৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ভগৱানৰ দেহাৱসান।

ইণ্টাৰনেচনেল বেদান্ত চছাইটি বা IVS হৈছে ভাৰতৰ এক আধ্যাত্মিক সংগঠন। যি অদ্বৈত বেদান্তৰ ওপৰত কেন্দ্ৰীভূত। ই এটা সেস্বাসেবী সংগঠন। এই সংগঠনটো ১৯৮৯ চনত শ্ৰী ভগৱানে প্ৰতিষ্ঠা কৰিছিল। যাৰ মুখ্য় কাৰ্যালয় গুৱাহাটীত অৱস্থিত। এই সংগঠনটোৰ জৰিয়তেই শ্ৰী ভগৱানে ভাৰতৰ বিভিন্ন স্থানত ভগৱানৰ বাণী বিয়পাইছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + nineteen =

Back to top button